অসম [axom English: Assam (English: /əˈsæm/, /-sɑːm/
listen (help·info)) ] উত্তৰ পূৱ ভাৰতৰ এখন ৰাজ্য। পূৱ হিমালয়ৰ দক্ষিণ প্ৰান্তত অৱস্থিত অসমৰ মাটিকালি ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ । নদ নদীৰে ভৰপূৰ অসমৰ ইমূৰৰ পৰা সিমূৰলে ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰে আগুৰি আছে। সেয়ে অসমখন ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যেকাত ভাগ কৰা হৈছে।
চাৰিসীমাঃ অসমৰ উত্তৰে ভূটান আৰু অৰুণাচল প্ৰদেশ, পূৱে নগালেণ্ড আৰু মণিপুৰ, দক্ষিণে মেঘালয়, ত্ৰিপুৰা, মিজুৰাম আৰু পশ্চিমে পশ্চিমবংগ । অসম ভাৰতবৰ্ষৰ সতে শিলিগুৰিৰ মাজেৰে মাত্ৰ ২২ কিলোমিটাৰ ব্যাধৰ এটি যোজকৰ দ্বাৰা সংযুক্ত হৈ আছে।
Comments
Post a Comment